1. How many ashans are there in suryanamaskar?
সূৰ্য নমস্কাৰত কিমানটা আসন আছে?
Ans: 7 (৭)
2. Which one mentioned below is not a respiratory action in yogashan?
তলৰ কোনটো যোগাসনৰ শ্বাস ক্রিয়া নহয়?
Ans: Bhramuri (ভ্ৰামুৰী)
3. Which one of the ashans mentioned below is not in Suryanamaskar?
তলৰ কোনটো আসন সূৰ্য নমস্কাৰত নাই?
Ans: Trikonashan (ত্ৰিকোণাসন)
4. There are eight components of Astang Yog. Yom, Niyom, Ashan, Pranayam, Pratyahar are
the five of them what are the other three components?
অষ্টাংগ যােগৰ আঠটা ভাগ আছে। যম, নিয়ম, আসন, প্ৰাণায়াম, প্ৰত্যাহাৰ তাৰে পাঁচটা ভাগ বাকী
তিনিটা কি কি?
Ans: Dhyan, Dharana, Somadhi (ধ্যান, ধাৰণা, সমাধি)
5. Which one of the ashans mentioned below is not done in sitting position?
তলৰ কোনটো সমতল স্থিতিত কৰা আসন নহয়?
Ans: Tarashan (তাৰাসন)
6. When was the maiden International Yoga Day celebrated?
আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পোন প্ৰথমবাৰ কেতিয়া উদযাপন কৰা হৈছিল?
Ans: 21 June, 2015 (২১ জুন, ২০১৫)
7. When the resolution of International Yoga Day was passed in UN General Assembly?
ৰাষ্ট্রসংঘৰ সাধাৰণ সভাত কেতিয়া আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল?
Ans: 11 December, 2014 (১১ ডিচেম্বৰ, ২০১৪)
8. Which Ministry of Indian government is the nodal agency for celebration of International Yoga
Day?
ভাৰত চৰকাৰৰ কোনটো মন্ত্ৰালয় আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ নোডেল এজেন্সী হিচাপে জড়িত হৈ আছে?
Ans: Ayush (আয়ুষ)
9. Who proposed the celebration of International Yoga Day in UN General Assembly?
কোনে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনৰ প্ৰস্তাৱ দিছিল?
Ans: Narendra Modi (নৰেন্দ্ৰ মোডী)
10. The word Yoga is derived from Sanskrit word Yuj. The literal meaning of Yuj is?
যোগ শব্দটো সংস্কৃত ভাষাৰ 'যুজ' শব্দৰ পৰা লোৱা হৈছে। সংস্কৃতৰ 'যুজ' শব্দৰ অৰ্থ হ'ল?
Ans: To Join (মিলন কৰা)
11. How many of the member countries of UN celebrate the International Yoga Day?
ৰাষ্ট্ৰসংঘৰ কিমান খন সদস্য দেশে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰে?
Ans: 192 (১৯২)
12. In which city prime minister Narendra Modi had participated the second International Yoga
Day celebration program?
প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কোন চহৰত দ্বিতীয় আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কাৰ্যসূচীত
অংশগ্ৰহণ কৰিছিল?
Ans: Chandigarh (চণ্ডীগড়)
13. Which youth organization of India entered the Limca Book of World records for
simultaneously performing yoga for the longest duration?
ভাৰতবৰ্ষৰ কোনটো যুৱ সংগঠনে একেৰাহে দীঘলীয়া সময়ৰ বাবে যোগ অভ্যাস কৰি লিমকা বুক
অৱ ৱৰ্ল্ড ৰেকৰ্ডছত নাম অন্তৰ্ভূক্ত কৰিছে?
Ans: NCC (এন চি চি)
14. Indira Devi, who introduced yoga in the western countries, belongs to which country?
পশ্চিমীয়া দেশসমূহত যোগ প্ৰচাৰ কৰা ইন্দিৰা দেৱী কোন দেশৰ বাসিন্দা?
Ans: Russia (ৰাছিয়া)
15. Which International Day of Yoga event created a Guinness World Record?
কোনটো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কাৰ্যসূচীয়ে গীণিজ ৱল্ড ৰেকৰ্ড কৰিছিল?
Ans: 21 June, 2015 (২১ জুন, ২০১৫)
16. Which member country of UN does not celebrate the International Yoga Day?
ৰাষ্ট্রসংঘৰ কোনখন সদস্য দেশে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন নকৰে?
Ans: Yemen (য়েমেন)
17. Who had introduced yoga and vedas to the western world for the first time in the parliament
of the world's religions?
বিশ্বৰ ধৰ্মীয় সদন, চিকাগোত কোনে প্ৰথম বাৰৰ বাবে পশ্চিমীয়া দেশসমূহক যোগ আৰু বেদৰ
পৰিচয় দিছিল?
Ans: Swami Vivekananda (স্বামী বিবেকানন্দ)
18. Who is known to be the father of Yoga?
যোগৰ পিতৃ বুলি কাক জনা হয়?
Ans: Maharshi Patanjali (মহৰ্ষি পতঞ্জলি)
19. Who is said to be the Aadi yogi?
আদিযোগী বুলি কাক কোৱা হয়?
Ans: Shiva (শিৱ)
20. Which chakra is related to the digestive system?
পাচন শক্তিক নিয়ন্ত্ৰণ কৰা চক্ৰ কি?
Ans: Muladhar (মুলাধাৰ)
21. Who is the deity of agya chakra?
আজ্ঞা চক্ৰৰ দেবতা কোন?
Ans: Maheswar (মহেশ্বৰ)
22. Which is the fifth ashan of Surya Namaskar?
সূৰ্য নমস্কাৰৰ পঞ্চম আসন কি?
Ans: Sastang Pronipat Ashan (সাস্তাংগ প্ৰণিপাত আসন)
23. Which ashan is known as the king of ashan?
কোনটো আসনক আসনৰ ৰজা বুলি জনা যায়?
Ans: Shirsashan (শীৰ্ষাসন)
24. Which ashan is best for diabetic patients?
কোনটো আসন মধুমেহ ৰোগৰ বাবে ভাল?
Ans: Ardha Matsyendrashan (অৰ্ধ মত্স্যেন্দ্ৰাসন)
25. How many ashans are enlisted in initial texts?
পুৰণি গ্ৰন্থত কিমানটা আসন অন্তৰ্ভুক্ত কৰা আছিল?
Ans: 84 (৮৪)

No comments:
Post a Comment