নিলগতে ৰাখিবা
হাঁহ পাৰ গৰু,
ৰোগে চুব নোৱাৰে
স্বাস্থ্য হব বাৰু।
নখ দীঘল নকৰিবা
মলি জমা হয়,
খাদ্যৰ লগত মিলি গৈ
পেটৰ বেমাৰ হয়।
মুকলিকৈ ৰখা খাদ্য
খোৱা অনুচিত,
মাখিয়ে বিয়পাই ৰোগ
জানিবা নিশ্চিত।
Educational Contents- Elementary, Secondary, Higher Secondary, Graduation (SEBA, AHSEC, GU etc. )
Copyright (c) 2020 Budham Porhasali All Right Reseved
সুন্দৰ
ReplyDelete