কেৰ্কেটুৱা কেৰ্কেটুৱা
নাকান্দিবা তুমি,
পোৱালীটো আনিছিলোঁ
দুখ পাইছে বুলি।
খুৱাই বুৱাই ৰাখিছিলোঁ
মৰম - চেনেহ কৰি
ঘূৰাই দিছোঁ পোৱালীটো
ৰাখা যতন কৰি।
Educational Contents- Elementary, Secondary, Higher Secondary, Graduation (SEBA, AHSEC, GU etc. )
Copyright (c) 2020 Budham Porhasali All Right Reseved
No comments:
Post a Comment