Educational Contents- Elementary, Secondary, Higher Secondary, Graduation (SEBA, AHSEC, GU etc. )

Tuesday, May 5, 2020

হালি-জালি পখিলী




 হালি-জালি পখিলী 
ফুল মধু বিচাৰি
আহে কেনে ঠেও ধৰি ঐ,
 ফুলাম পাখি মেলি 
 নাচি নাচি উৰি উৰি 
উলাহতে মতলীয়া হৈ 
কতবাৰ আহে যায়
ফুল ৰাণীক দেখা পাই
উলাহতে নাচে বতাহত ;
পখিলাটিক দেখা পাই 
লাজতে মৰহি গৈ 
মুখ ঢাকে পাতৰ আঁৰত। 

No comments:

Post a Comment