Educational Contents- Elementary, Secondary, Higher Secondary, Graduation (SEBA, AHSEC, GU etc. )

Wednesday, May 6, 2020

কৰতল কমল কমল দল নয়ন poem written by Mahapurush Srimanta Sankaedev without using a vowel sign



কৰতল কমল কমল দল নয়ন।

ভবদব দহন গহন বন শয়ন।।

নপৰ নপৰ পৰ সতৰত গময়। 

সভয় মভয় ভয় মমহৰ সততয়।।

খৰতৰ বৰ শৰ হত দশবদন। 

খগচৰ নগধৰ ফণধৰ শয়ন।। 

জগদঘ মপহৰ ভৱভয় তৰণ। 

পৰপদ লয় কৰ কমলজ নয়ন।। 



(*মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা ৰচিত আ - কাৰ, ই- কাৰ নথকা কবিতা *) 



No comments:

Post a Comment